Quotes in Assamese Language | Latest Evergreen Assamese Quote 2026

Quotes in Assamese Language | Assamese Quote

Quotes in Assamese language carry the warmth of culture, the depth of feeling, and the wisdom of everyday life. They are more than short lines; they reflect the beliefs, emotions, and values of the Assamese people. Through these quotes, readers can feel the beauty of a language that is simple, expressive, and deeply rooted in tradition.

Quotes in Assamese Language
Quotes in Assamese Language

Assamese quotes are often used to inspire, comfort, and encourage. Many of them speak about life, struggle, hope, success, love, and friendship. In a few words, they can express what long paragraphs sometimes cannot. This makes them powerful for social media captions, personal reflection, speeches, and creative writing. Their charm lies in their ability to sound poetic while remaining easy to understand.

  1. আপুনি আৰু মই ! দুটা ৰূপ, দুখন মুখ তথাপিও এক আমাৰ আত্মা।
  2. তোমাৰ দৰে কাৰো আকৰ্ষণ নাই বাবেই তুমি অনন্য, তুমি সকলোতকৈ পৃথক।
  3. মানুহে কয় দুখ-কষ্টই সকলোকে হতাশ কৰে।কিন্তু মই কওঁ দুখ-কষ্টই মানুহক মনোবল দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়।
  4. তুমি মোৰ হৈ থাকা,চিৰদিন। তোমাতেই শেষ হওঁক মোৰ জীৱন।
  5. আনৰ প্ৰশংসাত ভোল যোৱাটো মূৰ্খামি। নিজেই নিজৰ মনত সুন্দৰ হওঁক, পবিত্ৰ হওঁক।
  6. জীৱনত সকলোৱেই আপোনাক আঘাত কৰিব।কাৰ আঘাতৰ বিষ মূলৱ্যান আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব।যিয়ে আপোনাৰ জীৱনটোক নতুন গতি প্ৰদান কৰাত সহায় কৰিব।
  7. সৌন্দৰ্য মুখত নাই, সৌন্দৰ্য  হৃদয়ৰ এক পোহৰ।
  8. যদি আপুনি সুখৰে জীৱন-যাপন কৰিবলৈ বিচাৰে, তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক নহ’ব।
  9. জীৱনটো নিজকে বিচাৰি উলিওৱাৰ বাবে নহয়। নিজকে সৃষ্টি কৰাৰ বাবেহে জীৱন।
  10. হাঁহিয়েই জীৱনৰ মূলমন্ত্ৰ, নিজেও হাঁহক আৰু আনকো হহুৱাওক।

10 Quotes in Assamese Language

  1. জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি।

  2. নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়।

  3. জীৱনৰ আটাইকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়।

  4. কবলৈহে ভাল টকা পইচাই সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গ’ম পোৱা যায় জীৱনটো কিমান কঠিন।

  5. য’ত কোনো প্ৰচেষ্টা নাই তাত সফলতা নাই।

  6. আপুনি নিজে নকৰা বা কৰিব নোৱাৰা কামবোৰ আনক উপদেশ নিদিব।

  7. সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰিফুৰিব পাৰিছোঁ, তেন্তে পুৰণি কথাবোৰ পাহৰি আমরা কিয় জীৱনটোত আগুৱাব নোৱাৰিম?

  8. যেতিয়ালৈকে আমরা অলপ অলপ বুজিব ধৰো যে, জীৱনটো কি? তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়।

  9. জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব, কাৰণ আপুনি মূৰ্খৰ লগত তৰ্ক কৰি জিকিবতো নোৱাৰিবই একো শিকিবও নোৱাৰিব ওলোটাই সন্মানহে যাব।

  10. জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক, জীৱনে সময়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকাই, সময়ে জীৱনক মূল্য দিবলৈ শিকাই।

10 More Quotes in Assamese Language

  1. জীৱনত যদি দুখ নাহে, তেনেহলে সুখৰ অনুভূতি মানুহে কেনেকৈ বুজিব। সেই কাৰণে সুখ আৰু দুখ জীৱনৰে অংশ।

  2. স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়, অলপ দেৰিকৈ হলেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায়।

  3. কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন পৰিস্থিতিয়েহে আমাক অধিক শিকায়।

  4. মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত।

  5. খং উঠিলে চিঞঁৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে।

  6. সুখ বিচাৰি বিচাৰি মৃত্যুৰ কাষ চাপি যোৱাৰ নামেই হল – জীৱন।

  7. জীৱনত সুখ দুখ অহাটো বছৰত ঠাণ্ডা গৰম অহাৰ দৰেই, গতিকে ইয়াক সহ্য কৰিবলৈ শিকা উচিত।

  8. ধৈৰ্য এনেকুৱা এডাল গছ‌ যাৰ সৰ্বশৰীৰ কাঁইট, কিন্তু ফল অত্যন্ত মিঠা।

  9. জীৱনত এনেকুৱা একো বস্তয়েই নাই যাক পোৱাৰ পাছত তোমাৰ জীৱন পাৰফেক্ট হ’ব।

  10. জীৱনত আগবাঢ়ি যাবলৈ হ’লে কিছুমান কথাত গুৰুত্ব দিয়াটো বাদ দিব‌ই লাগিব।

 

 

 

One of the most beautiful things about Quotes in Assamese Language is their connection to daily life. They often carry practical wisdom that feels close to real experience. A quote about patience may remind us that good things take time. A quote about hard work may encourage us to keep going even when life becomes difficult. Such lines are valuable because they speak directly to the heart and mind at the same time.

Also Read

Quotes in Assamese Language also preserve the spirit of local identity. Language is a big part of culture, and quotes help keep that culture alive. When people read or share Assamese sayings, they are not only enjoying meaningful words but also honoring their heritage. This is especially important for younger generations who may be growing up in a fast-changing digital world. Quotes in Assamese Language can become a bridge between tradition and modern expression.

These Quotes in Assamese Language are also popular because they fit many situations. Some are motivational, some are emotional, and some are romantic. A good Assamese quote can brighten someone’s day, give courage during hard times, or express affection in a simple way. Their flexibility makes them useful in writing, conversations, and online content.

Conclusion

In conclusion, quotes in Assamese language are a beautiful blend of wisdom, emotion, and culture. They capture deep ideas in simple words and continue to inspire people in everyday life. By appreciating and sharing Assamese quotes, we help preserve a rich language tradition while also spreading positivity and meaning.

Leave a Comment